বানৰ মাজতে ভয়ংকৰ ৰূপত বৃদ্ধি ডেংগু ।ডিফুত ডেংগুত আক্ৰান্ত ৫৬৯ গৰাকী লোক।কিছুদিন পূৰ্বে ডেংগু জ্বৰত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৰমিলা টেৰপনী নামৰ এগৰাকী মহিলাৰ।