ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ জোন গাঁৱত প্ৰায় দহদিন ধৰি বানপানীত আৱদ্ধহৈআছে গাঁও বাসী।বুঢ়ী দিহিং নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলালে হালধিবাৰী পঞ্চায়তৰ অন্তৰ্গত জোন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল।মিচিং জনগোষ্ঠী লোকৰ বসতিস্থল হিচাবে পৰিচিত অঞ্চলটো বানত গৃহহাৰা অঞ্চল বাসী। পথ-পথাৰ পানীৰ তলত। যাতায়ত তথা যোগাযোগ বিছিন্ন হৈ পৰিছে। খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
श्री श्री रामकृष्ण सेवाश्रम खारुपेटिया में आजादी के अमृत महोत्सव को लेकर " युवा सम्मेलन " आयोजित
दरंग ज़िले के खारुपेटिया स्थित श्री श्री रामकृष्ण सेवाश्रम में आज आजादी के अमृत महोत्सव के...
मतदान दल व पीठासीन अधिकारी सहित प्रत्याशियों को दिया गया प्रशिक्षण
त्रिस्तरीय पंचायत उप निर्वाचन के तहत पीठासीन अधिकारी सहित नियुक्त...
नवजीवन शिक्षक पतसंस्था निवडणुकीत परिवर्तनाचे वारे ! परिवर्तन पॅनलच्या निर्धार मेळाव्यास शिक्षक बंधू-भगिनींचा प्रचंड प्रतिसाद
नवजीवन शिक्षक पतसंस्था निवडणुकीत परिवर्तनाचे वारे
परिवर्तन पॅनलच्या निर्धार मेळाव्यास...
বিশ্বনাথ চাৰিআলিত মাটি পঞ্জীয়ন কৰাৰ বাবদ ঘোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ ডিলিং এচিছটেণ্ট তপন সাহা
বিশ্বনাথ জিলা উপায়ুক্ত কাৰ্যলয়ৰ কমপ্লেক্সত থকা উপ-পঞ্জীয়ক ও বিবাহ বিষয়াৰ কাৰ্যলয়ত আজি দুপৰীয়া এক...
তিনিচুকীয়াৰ হিজুগুৰিত বিকি মাহাতু নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ সন্দৰ্ভত পিতৃৰ প্ৰতিক্ৰিয়া
তিনিচুকীয়াৰ হিজুগুৰিত বিকি মাহাতু নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ সন্দৰ্ভত পিতৃৰ প্ৰতিক্ৰিয়া