ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্য্যালয়ৰ অন্তৰ্গত মৰাণ পিয়লি নগৰত পিয়লি নগৰ নামঘৰৰ উদ্যোগত তথা মৰাণ বাসী ৰাইজৰ সহযোগত আজিৰে পৰা আৰম্ভ হৈছে সোানলী জয়ন্তী অনুষ্ঠান।কাৰ্য্যসূচী অনুসৰি পুৱা উষা কীৰ্ত্তন , ধৰ্ম ধ্বজা উত্তোলন, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি খগেন ভৰালীয়ে ধৰ্ম ধ্বজা উত্তোলন কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। নামঘৰ পৰিচালনা সমিতিৰ সম্পাদক ৰঞ্জিত বৰাই স্মৃতি তৰ্পণ আৰু শিৱসাগৰ বীৰ লাচিত বৰফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ শান্তনু বুঢ়াগোঁহায়ে সমুহীয়া নাম প্ৰসঙ্গ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। এই সোনালী জয়ন্তী উৎসৱত ভক্তপ্ৰান ৰাইজে নাম-প্ৰসঙ্গৰে অঞ্চলটো মুখৰিত কৰি তোলে। শতাধিক পুৰুষ-মহিলাই এই উৎসৱত অংশ গ্ৰহন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભંડારીયા ગામ નજીકથી વિદેશી દારૂ ઝડપાયો, ₹1,73,600નો મુદ્દામાલ જપ્ત કરી 3 આરોપીઓની પોલીસે ધરપકડ કરી
ભંડારીયા ગામ નજીકથી વિદેશી દારૂ ઝડપાયો, ₹1,73,600નો મુદ્દામાલ જપ્ત કરી 3 આરોપીઓની પોલીસે ધરપકડ...
પત્રકાર એકતા પરિષદ
અમરેલી તાલુકામાં પત્રકાર એક્તા પરિષદના હોદેદારોની વર્ણી...
પત્રકાર એકતા પરિષદ
અમરેલી તાલુકામાં પત્રકાર એક્તા પરિષદના હોદેદારોની વર્ણી... ...
आम आदमी पार्टीच्या कार्यालयामध्ये श्री गणेशाचे पूजन
आम आदमी पार्टीच्या कार्यालयामध्ये श्री गणेशाचे पूजन
Migraine का सबसे असरदार घरेलु उपचार | Get Rid Of Migraine (100% Practical Tips)
Migraine का सबसे असरदार घरेलु उपचार | Get Rid Of Migraine (100% Practical Tips)
देवेंद्रनगर के मरहा मोड़ के पास पलटी बस 20 यात्री घायल
**देवेंद्रनगर के पास मरहा मोड पर बस पलटी, 20 घायल**
{रिपोर्टर अशोक विश्वकर्मा पन्ना}...