দিছপুৰ আৰক্ষী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰাজ্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ মুখ্যমন্ত্ৰীয়ে মিঞা ছাফা কৰি দিম বুলি কৰা মন্তব্যৰ সন্দৰ্ভত দাখিল এই এজাহাৰ