টাই আহোম জনগোষ্ঠীৰ অন্যতম যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ ২৮ তম প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে মৰাণত দিনযোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মৰাণ মিলিত শিল্পী সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কাৰ্যসূচীত আছু, আটাছু, AJYCP ইত্যাদি দল-সংগঠনৰ বিষয়-ববীয়াসকলৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं

বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত টাইপা কেন্দ্ৰীয় সমিতিৰ বিষয়-ববীয়াসকলৰ লগতে অংশগ্ৰহন কৰে মন্ত্ৰী যোগেন মহনে ।

ছয় জনগোষ্ঠীক জনজাতিকৰনৰ প্ৰসংগত বিষয়টো সমাধান হবলৈ বেছি সময় নেলাগিব বুলি মন্তব্য প্ৰদান কৰে মন্ত্ৰী যোগেন মহনে ।

টাইপাৰ ২৮ তম প্ৰতিস্থা দিৱসৰ দিনটোত পুনৰ জনজাতিকৰনৰ দাবীত চৰকাৰলৈ হুংকাৰ প্ৰদান কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে । আহোমক লৈ ৰাজনৈতিক খেলা বন্ধ কৰিবলৈ আহ্বান অন্যথা অসম জ্বলিব আৰু আহোমৰ যুৱক সকলে বিকল্প ব্যৱস্থা লবলৈ বাধ্য হব বুলি মন্তব্য প্ৰদান কৰে টাইপাৰ সভাপতি বিজয় ৰা জকোঁৱৰ