আজিৰ খবৰ, গুৱাহাটী , ৯ আগষ্ট, ২০২২ : অসম চৰকাৰৰ কৃষি বিভাগৰ এপাৰ্ট প্ৰকল্পৰ উদ্যোগত গুৱাহাটীৰ পশ্চিম প্রান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপ চৌহদত ৫ আৰু ৬ আগষ্টত কৃষিকার্যত যান্ত্ৰিকীকৰণ বিষয়ক এক দুদিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰ উদ্বোধন কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে আই.চি.এ.আৰ সঞ্চালক ড০ ৰাজেশ কুমাৰ। শিবিৰত বিভিন্ন অঞ্চলৰ নিৰ্বাচিত ১৮ জন কৃষকে ভাগ লয় । শিবিৰত সমল ব্যক্তি হিচাপে এপাৰ্ট প্ৰকল্পৰ সহযোগী ড০ মুনমী বৰা, আই.চি.আৰ.আৰ.আইৰ বিশেষজ্ঞ ড০ ৰোহিত নামদেওৱে ভাগ লৈ কম্বাইন হাৰ্ভেষ্টাৰ আৰু ৰিপাৰৰ বিষয়ে বিষদভাৱে ব্যাখ্যা আগবঢ়াই আৰু ইয়াৰ দ্বাৰা কৃষক সকল কিদৰে উপকৃত হব তাক প্ৰদৰ্শন কৰে । তেনেদৰে কম্বাইন হাৰ্ভেষ্টাৰ আৰু ৰিপাৰৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে এপাৰ্ট প্ৰকল্পৰ সহকাৰী বিষয়া দিবাকৰ মেহদি আৰু কাৰিকৰী সহায়ক অনন্ত গগৈয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ರಾಜ್ಯ ಒಕ್ಕಲಿಗರ ಸಂಘದ ಅವ್ಯವಹಾರಗಳ ಬಗ್ಗೆ ನ್ಯಾಯಾಂಗ ತನಿಖೆ ಅಥವಾ ಸಿಬಿಐ ತನಿಖೆಯಾಗಲಿ - ಟಿ. ಕೋನಪ್ಪರೆಡ್ಡಿ
ರಾಜ್ಯ ಒಕ್ಕಲಿಗರ ಸಂಘದ ಅವ್ಯವಹಾರಗಳ ಬಗ್ಗೆ ನ್ಯಾಯಾಂಗ ತನಿಖೆ ಅಥವಾ ಸಿಬಿಐ ತನಿಖೆಯಾಗಲಿ - ಟಿ. ಕೋನಪ್ಪರೆಡ್ಡಿ
સુખસરમાં બન્ધ મકાનમાં તસ્કરો ત્રાટક્યા, સુખસર પોલીસે તસ્કરોનું પગેરૂ મેળવવાના ચક્રો ગતિમાન કર્યા.
સુખસર ફતેપુરા તાલુકાના સુખસરમાં જાણભેદુ તસ્કરો બંધ મકાનોને નિશાન બનાવી ચોરી કરી જવાના બનાવો દિન...
Morning brief: Railway minister gets emotional talking about Odisha train crash, and all the latest news
Here are today’s top news, analysis, and opinion. Know all about the latest news and other...
World Cup 2023: SA से हार के बाद NZ के नाम दर्ज हुआ World Cup का सबसे खराब रिकॉर्ड | वनइंडिया हिंद
World Cup 2023: SA से हार के बाद NZ के नाम दर्ज हुआ World Cup का सबसे खराब रिकॉर्ड | वनइंडिया हिंद