🔴ফ্ৰান্সত এৰোস্পেচ অভিযন্তা হিচাপে কৰ্মৰত ধেমাজিৰ প্ৰিয়ংকা।

🔴 নৈশভোজনত উপস্থিত থাকিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’। 

#thevoiceofchariduar #NewsUpdate #international #BreakingNews