গুৱাহাটী পালেহি বৰপেটাৰ হাউলী কালঝাৰত গ্ৰেপ্তাৰ হোৱা আচাৰ্য পংকজ পাঠক। বৰ্তমান হাটীগাঁও থানাত ৰখা হৈছে পংকজ পাঠকক। ইতিমধ্যে থানাৰ চৌহদত নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰিছে আৰক্ষীয়ে। ভিতৰত অন্য লোকক প্ৰৱেশ কৰাত বাধা আৰক্ষীৰ। হয়তো পংকজ পাঠকক দিছপুৰ থানালৈ নি দিছপুৰ আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভাৱনা। কিয়নো স্বয়ম্ভু আচাৰ্য পংকজ পাঠকৰ বিৰুদ্ধে বহু থানাত ৰুজু হৈছিল বহুকেইটা গোচৰ। কিন্ত পংকজ পাঠকৰ ক্ষেত্ৰত কঠোৰ অসম মহিলা আয়োগ। পংকজ পাঠকৰ গোচৰ সন্দৰ্ভত প্ৰতিবেদন লাগে আয়োগক। দিছপুৰ থানাৰ পৰা এসপ্তাহৰ ভিতৰত বিচাৰিছে গোচৰৰ প্ৰতিবেদন। মহিলা আয়োগৰ সভানেত্ৰী হেমপ্ৰভা বৰঠাকুৰে প্ৰকাশ কৰিলে এই কথা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
किंग चार्ल्स III की ताजपोशी का गवाह बनेगा इंग्लैंड, पवित्र तेल से होगा अभिषेक; क्या है शाही परिवार की भूमिका
नई दिल्ली, England King Charles III: ब्रिटेन के लिए आज ऐतिहासिक दिन है। आज...
Delhi Election 2025 : चुनाव से पहले दिल्ली के दिल में क्या है? Tilak Nagar से देखिए Ground Report
Delhi Election 2025 : चुनाव से पहले दिल्ली के दिल में क्या है? Tilak Nagar से देखिए Ground Report
સુરતમાં સાતિર ચોર ગેંગના લીડર રોબીનહુડ સાથે બે આરોપીની ધરપકડ
સુરતમાં સાતિર ચોર ગેંગના લીડર રોબીનહુડ સાથે બે આરોપીની ધરપકડ
સુરતના ઢાબામાં બેકાબૂ બોલેરો પિક-અપ ઘૂસી, જમવા બેઠેલા યુવકને કચડી નાખતાં નાસભાગ મચી- Video
સુરતના ઢાબામાં બેકાબૂ બોલેરો પિક-અપ ઘૂસી, જમવા બેઠેલા યુવકને કચડી નાખતાં નાસભાગ મચી- Video
येवला तालुक्यात ओला दुष्काळ जाहीर करावा मनविसे ची मांगणी.
येवला तालुक्यात ओला दुष्काळ जाहीर करावा मनविसे ची मांगणी.