কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত কঞাঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰমোদ কোৱৰৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে আজি ধুহি বৰডোঙা বটাকুছিৰ পৰা এজন নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ীক আটক কৰে৷ধৃত ব্যৱসায়ী জনৰ পৰা কিছু পৰিমাণে নিষিদ্ধ ড্ৰাগছো জব্দ কৰে৷জানিব পৰামতে ধৃত ড্ৰাগছ ব্যৱসায়ী জনৰ ঘৰ ৰঙিয়া মহকুমাৰ পীতাম্বৰ হাটবজালীৰ কুৰকুৰিয়া চুবাৰ তবিব আলি৷আজি ব্যৱসায়ী জনক স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰে৷বৰ্তমান ধৃত তবিবক আৰক্ষীৰ জিন্মাত সোধপোছ অব্যাহত ৰাখিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
*संपूर्ण जिले में स्वास्थ्य विभाग द्वारा लगाया जा रहा है रक्तदान शिविर*
*संपूर्ण जिले में स्वास्थ्य विभाग द्वारा लगाया जा रहा है रक्तदान शिविर*
બિપરજોય વાવાઝોડાથી ગુજરાતને મોટું નુકશાન થવાની શક્યતા નહિવત
બિપરજોય વાવાઝોડાથી ગુજરાતને મોટું નુકશાન થવાની શક્યતા નહિવત
মিচিং জনগোষ্ঠীৰ লুপ্তপ্ৰায় লোকবাদ্য যন্ত্ৰসমূহ : চিনাকি হও আহক
মিচিং জনগোষ্ঠীৰ লুপ্তপ্ৰায় লোকবাদ্য যন্ত্ৰ সমুহ : চিনাকি হও আহক