বিহপুৰীয়া বিধানসভা সমষ্টিৰ বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ পশুধনৰ বিনামুলীয়া চিকিৎসা প্ৰদান কৰা হয় ৷ সমষ্টিটোৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ তত্বাৱধানত লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় , অসম কৃষি বিশ্ববিদ্যালয় (জহিং) আৰু ধলপুৰ সামুহিক পশু চিকিৎসালয়ৰ সহযোগত সমষ্টিটোৰ বানেগৰকা মাঘনোৱা-ৰঙতি , মাজৰদলনি আৰু ৰঙাজানত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷ তিনিটা গোটত বিভক্ত হৈ চিকিৎসক আৰু শিক্ষাৰ্থীসকলে শিবিৰকেইটাত পশুধনৰ চিকিৎসা প্ৰদান কৰে ৷ শিবিৰ কেইটাত বিধায়কৰ হৈ ধলপুৰ -শিমলুগুৰি জিলা পৰিষদ সদস্যা দীপালি বনিয়াৰ লগতে বহুকেইজন দলীয় বিষয়ববীয়াই সহযোগিতা আগবঢ়াই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মালিবাৰীত ড্ৰাগছৰ কন্টেইনাৰসহ ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ
কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ থানাৰ অন্তর্গত মালিবাৰী গাঁৱত আজি পুৱা ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে...
Kutch: ભુજનું હમીરસર તળાવ છલકાયું | Hamirsar Lake | Gujarat News | News18 Gujarati
Kutch: ભુજનું હમીરસર તળાવ છલકાયું | Hamirsar Lake | Gujarat News | News18 Gujarati
આજે જંતર-મંતર ખાતે કિસાન મહાપંચાયત, પોલીસને મંજૂરી નહીં, દિલ્હી સરહદો પર બેરિકેડિંગ
સંયુક્ત કિસાન મોરચાએ આજે જંતર-મંતર ખાતે મહાપંચાયત યોજવાની જાહેરાત કરી છે. પરંતુ દિલ્હી પોલીસે...
अज्ञात कारणों के चलते युवक ने निगला जहरीला पदार्थ गंभीर हालत में जिला चिकित्सालय रैफर
पन्ना जिले के अमानगंज थाना क्षेत्र अंतर्गत आने बाले नगर अमानगंज के वार्ड...