🔴 ৰোগী আনিবলৈ গৈ বিপদত পৰিল ১০৮ মৃত্যুঞ্জয়।

🔴 পথৰ দুৰৱস্থাৰ বাবেই ৰোগী আনিবলৈ গৈ খালত পৰিল ১০৮।

🔴 যোৰহাট জাগৃত নগৰত সংঘটিত হৈছে এই অঘটন।