দেশৰ আজাদী কী অমৃত মহোৎসৱ উপলক্ষ্যে হৰ ঘৰ কী ত্ৰিৰংগা কাৰ্যসুচী সফল কৰি তুলিবলৈ ৰাজ্যৰ চুকে কোনে অনুষ্ঠিত হৈছে জনসাধাৰণৰ মাজত সজাগতা সভা ৷ আজি লখিমপুৰ জিলা ভুমি সংৰক্ষণ বিভাগৰ উদ্যোগত বিহপুৰীয়া সমষ্টিৰ গনকদলনি গাঁও পঞ্চায়তত জনসাধাৰণৰ মাজত অনুষ্ঠিত হয় সজাগতা সভা ৷ সভাখনত জনসাধাৰণৰ মাজত ত্ৰিৰংগা পতাকা বিতৰণ কৰা হয় ৷ অনুষ্ঠানত বিভাগৰটোৰ বিষয়া কৰ্মচাৰীৰ লগতে উপস্থিত থাকে ধলপুৰ-শিমলুগুৰি জিলা পৰিষদ সদস্যা দীপালি বনিয়া ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰিল এটা পৰিয়াল
ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিল সোণাৰিৰ এটা পৰিয়াল। সোণাৰিৰ নামতোলা ৰোডস্থিত এটা ভাড়াঘৰত বাস...
साप्ताहिक ऐतिहासिक नगरी वृत्तपत्राचा प्रकाशन सोहळा संपन्न...
बिडकिन प्रतिनिधी: दि. 23 ऑगस्ट रविवार रोजी सा.ऐतीहासीक नगरी वृत्तपत्र प्रकाशन सोहळा RPI चे...
ટાઈટન દ્વારા એક લાખ વૃક્ષ વાવવા ના સંકલ્પ સાથે વડોદરા મા વૃક્ષારોપણ ની શરૂઆત કરાશે
ટાઈટન દ્વારા એક લાખ વૃક્ષ વાવવા ના સંકલ્પ સાથે વડોદરા મા વૃક્ષારોપણ ની શરૂઆત કરાશે
মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত ১২ গৰাকী ছাত্ৰ ছাত্ৰীৰ দেহত কভিড পজিটিভ
মৰাণত পুনৰ কৰ'না আতংক । একেখন বিদ্যালয়তে কৰ'নাত আক্ৰান্ত ১২ জনকৈ ছাত্ৰ-ছাত্ৰী । ডিব্ৰুগড় জিলা...
বৰডুমছাত আৰক্ষীয়ে কানি, ড্ৰাগছসহ আটক চাৰি
বৰডুমছাত আৰক্ষীয়ে অভিযান চলাই কানি, ড্ৰাগছসহ চাৰি সৰবৰাহকাৰীক আটক কৰে।