বিহপুৰীয়া বিধানসভা সমষ্টিৰ বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ পশুধনৰ বিনামুলীয়া চিকিৎসা প্ৰদান কৰা হয় ৷ সমষ্টিটোৰ বিধায়ক অমিয় কুমাৰ ভূঞাৰ তত্বাৱধানত লখিমপুৰ জিলা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় , অসম কৃষি বিশ্ববিদ্যালয় (জহিং) আৰু ধলপুৰ সামুহিক পশু চিকিৎসালয়ৰ সহযোগত সমষ্টিটোৰ বানেগৰকা মাঘনোৱা-ৰঙতি , মাজৰদলনি আৰু ৰঙাজানত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয় ৷ তিনিটা গোটত বিভক্ত হৈ চিকিৎসক আৰু শিক্ষাৰ্থীসকলে শিবিৰকেইটাত পশুধনৰ চিকিৎসা প্ৰদান কৰে ৷ শিবিৰ কেইটাত বিধায়কৰ হৈ ধলপুৰ -শিমলুগুৰি জিলা পৰিষদ সদস্যা দীপালি বনিয়াৰ লগতে বহুকেইজন দলীয় বিষয়ববীয়াই সহযোগিতা আগবঢ়াই ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Weather Update: दिल्ली-NCR में दो दिन भीषण शीतलहर की चेतावनी, 22 जनवरी तक येलो अलर्ट
दिल्ली-एनसीआर (Delhi-NCR) समेत पूरे उत्तर भारत में तापमान में गिरावट लगातार जारी है. यहां पर ठंड...
ધાનેરા વિધાનસભા ચૂંટણી જંગમાં આજે પાંચ ફોર્મ ભરાયાં,
ધાનેરા વિધાનસભા બેઠક માટે આજે પાંચ ઉમેદવારોએ ઉમેદવારી ફોર્મ ભરીને નોધાવી છે.
...
'Amritpal Singh could be danger if…', say Punjab Police sources: Report
Amritpal Singh, a pro-Khalistan leader who is currently in Assam’s Dibrugarh central...