🔴 ৩,৭৮,০০০ ছাত্ৰ-ছাত্ৰীক চৰকাৰে দিব চাইকেল।

🔴 সংবাদমেলযোগে ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ।

🔴 উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ৬০ শতাংশ পোৱা ছাত্ৰী, ৭৫ শতাংশ বা অধিক নম্বৰ পোৱা ছাত্ৰক দিব স্কুটী।

🔴 অহা বছৰ পৰা ৭৫ শতাংশতকৈ অধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী।

🔴 ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মাণদণ্ডৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত কেবিনেটৰ 

#thevoiceofchariduar #AssamNews #NewsUpdate