ব্যৱসায়ী অশোক ধনুকাক ৰক্ষণাবেক্ষণ দিছে আৰক্ষীয়ে ।এই অভিযোগ যুৱ কংগ্ৰেছৰ সভাপতি ড০ অংকিতা দত্ত।কিহৰ বাবে ৰক্ষণা বেক্ষন দিছে অসম পুলিচে।তাৰে উত্তৰ বিচাৰিলে আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ প্ৰদান কৰিলে।
যুৱ কংগ্ৰেছৰ সভাপতি ড০ অংকিতা দত্ত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান কাৰ্যালয়ত: প্ৰদান কৰিলে স্মাৰক পত্ৰ
