এক মধুৰ স্মৃতি ৰৈ গ'ল।

 "আলোক প্রভঞ্জন ৱেলফেয়াৰ ছ’চাইটি"ৰ উদ্যোগত ২০২২ চনৰ ১৭ মাৰ্চত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত অনুষ্ঠানত "দৈনন্দিন বাৰ্তা গোষ্ঠী"ৰ হৈ বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাক সম্বৰ্ধনা জনোৱাৰ এক বিশেষ মুহূৰ্ত।

#thevoiceofchariduar #NewsUpdate #sadnewstoday #CMOASSAM #HimantaBiswaSarma