🔴 আগন্তুক ১৬ আগষ্টৰ পৰা ৰাজ্যৰ ৩৬টা স্থানত সকলো আৰক্ষী জোৱানৰ বাবে বিএমআই ৰেকৰ্ডিং কৰা হ’ব।

🔴 মেদবহুল শ্ৰেণীত থকা সকলোৰে ওজন হ্ৰাস কৰিবলৈ ৩ মাহৰ সময় প্ৰদান কৰা হ’ব। 

#thevoiceofchariduar #Newsupdate #AssamPolice