বিধায়ক প্ৰশান্ত ফুকনৰ বিস্ফোৰণ *কংগ্ৰেছৰ ৮জন বিধায়কে শীৰ্ঘেই বিজেপিত যোগদান কৰিব।* *৯ জনে যোগদান কৰাৰ কথা আছিল কিন্ত ১জনৰ সংস্থাপন মিলা নাই* এতিয়া suspense ত ৰখা হৈছে কোনে কোনে যোগদান কৰিব। কিন্তু বৃহৎ যোগদান কাৰ্যসচী হব। *ভূপেন বৰাই পদ যাত্ৰা কৰি লাভ নাই।তেওঁৰ গাত নাই ছাল বাকলি মদ খাই তিনি টেকেলি* *ভূপেন বৰাই কংগ্ৰেছৰ গৰাল বন্ধ কৰক* তেওঁ পদযাত্ৰা কৰি থাকিব ইফালে পিছফালেৰে বিধায়ক গৈ বিজেপি ত যোগদান কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বন্দুক সহ এন এছ চি এনৰ সদস্য ধৃত
বন্দুক, গুলী, বাইক সহ এন এছ চি এনৰ সদস্য ধৃত
*INDIAN ARMY APPREHENDS...
ઓલપાડ કોટનના પ્રમુખ મનહર પટેલ મુંબઈ ખાતે કોટન એસોસિયેશન ઓફ ઈન્ડિયામાં ડિરેક્ટરપદે બિનહરીફ વરાયા
ઓલપાડ જીન કેમ્પસ ખાતે કાર્યરત ઓલપાડ કોટન સહકારી મંડળીના પ્રમુખ...
મહુધા બ્રાહ્મણી માતાજીના મંદિરે મહા આરતી 2022 | Spark Today News Vadodara
મહુધા બ્રાહ્મણી માતાજીના મંદિરે મહા આરતી 2022 | Spark Today News Vadodara