📍গিনিজ বুক ৰেকৰ্ডত অংশগ্ৰহণ কৰা গোৰেশ্বৰৰ বিহুৱা বিহুৱতীয়ে সম্বৰ্ধনা জ্ঞাপন কৰিলে গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া মানসজ্যোতি বৰাক

📍জাপি শৰাই আৰু গামোচাৰে সম্বোৰ্ধনা জ্ঞাপন চক্ৰ বিষয়াগৰাকীক।