সদৌ কলিতা ছাত্ৰ সন্থাৰ সংবাদ মেল।
শেহতীয়াকৈ তাই আহোম ছাত্ৰ সন্থাৰ মুখপাত্ৰ যাদৱ কোঁৱৰে কলিতা জনগোষ্ঠীক তুচ্ছ-তাচ্ছিল্য কৰাক লৈ সংবাদ মেল।
যাদৱ কোঁৱৰে ৰাজহুৱা ভাৱে ক্ষমা খুজিব বাবে আহ্বান জনাইছে ৪৮ ঘন্টাৰ ভিতৰত।
ক্ষমা নোখোজে যদি আইনী প্ৰক্ৰিয়া লৈ যাব সদৌ কলিতা ছাত্ৰ সন্থাৰ ।