🔴উত্তৰ গুৱাহাটী ফেৰীঘাটত অঘটন।
🔴ব্রহ্মপুত্রত সলিল সমাধি ধনজিৎ ইংতি নামৰ লোকজন।ধনজিৎ ইংতি আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ কৰ্মচাৰী।
🔴ফেৰীৰ পৰা ব্রহ্মপুত্রত পৰিছিল ধনজিৎ ইংতি।
🔴উত্তৰ গুৱাহাটীৰ মাজগাঁও ফেৰীঘাটত এই ঘটনা।
#thevoiceofchariduar #NewsUpdate #TVC #accident