🔴২০২৩ চনৰ সাহিত্য অকাডেমীৰ শিশু সাহিত্যৰ পুৰস্কাৰ বড়ো ভাষাত কোকৰাঝাৰৰ হাতীমাথাৰ প্ৰতিমা নন্দী নাৰ্জাৰীলৈ “গছাইনি গৌজৌন নৌজৌৰ"ভগৱানৰ সুদৃষ্টি চুটিগল্পৰ বাবে আগবঢ়োৱা হৈছে।
🔴সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ 'সম, জিও আৰ'... কবিতা পুথিৰ বাবে মাইনাওশ্ৰী দৈমাৰীলৈ আগবঢ়োৱা হৈছে।
#thevoiceofchariduar #NewsUpdate #TVC