সোণাৰিত পথ দুৰ্ঘটনাত ছয়জন আহতসো
সোণাৰিৰ মঞ্জুশ্ৰী চাহ বাগিছাত ভয়ংকৰ পথ দুৰ্ঘটনা । তিনি খন বাইকৰ মুখামুখি সংঘৰ্ষত ৬ জন লোক গুৰুত্ব ভাবে আহত হয় | আহত সকলক চৰাইদেউ জিলাত চিকিৎসালয়ত ভৰ্তি কৰা হয় |আহত সকল ক্ৰমে নিৰজ ওৰাং, বিশাল মহান্তি,বাবা তাঁতী, লালু চাহ মন,ভৰত ওৰাং আৰু ষষ্ঠ জনৰ নাম জানিব পৰা হোৱা নাই।