"মোৰ বুথ সকলোতকৈ মজবুত"। আজি মধ্যপ্ৰদেশৰ ভূপালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৯ বছৰ সম্পূৰ্ণ কৰাৰ ক্ষণত "মোৰ বুথ সকলোতকৈ মজবুত" শীৰ্ষক কাৰ্যসূচী সম্বোধন কৰে। এই কাৰ্যসূচীত ভাৰ্চুৱেলী অংশগ্ৰহণ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ|

#thevoiceofchariduar #newsupdate #BJPGovernment #NarendraModi #PijushHazarika #PoliticalNews