পুনৰ উৎকোচ লৈ হাত দাঙিলে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তাই।উৎকোচ লোৱা সময়ত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে ছাবিবৰ ৰহমান।কোকৰাঝাৰ দেৱীতোলা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ অভিযন্তা ছাবিবৰ ৰহমান।