ভুৱা জিলা উপায়ুক্তগৰাকী গোলাঘাট পাঁচআলীৰ অংকুৰ শইকীয়া।শোণিতপুৰৰ নতুন উপায়ুক্ত হিচাপে দিছিল ভুৱা পৰিচয়।আৰক্ষীয়ে আটক কৰে অংকুৰ শইকীয়াসহ PSO, জব্দ বিলাসী বাহন।