মৰাণৰ ঝলমত পথ দুৰ্ঘটনাত যুৱক নিহত ৷ নিহত যুৱকজন তিনিচুকীয়া লেজাই হোলাৰ ৰাজা বৰা (৩৪) ৷ যুৱকজনে AS 23 U 1074 নম্বৰৰ মটৰচাইকেলেৰে শিৱসাগৰ অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS 01 JC 9541 নম্বৰৰ ট্ৰেংকাৰে মহতিয়াই নিয়ে ৷ ফলত থিতাতে নিহত হয় যুৱকজন ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেংকাৰখন জব্দ কৰিছে মৰাণহাট আৰক্ষীয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
লাকুৱা নাহৰহাবি চাহ বাগিচাত প্ৰতিবাদ৷
লাকুৱা নাহৰহাবি চাহ বাগিচাত প্ৰতিবাদ৷ বাগিছাৰ কৰ্মচাৰী সকলৰ দৰমহা বৃদ্ধি কৰা , ভ্ৰমণ বোনাছ...
ચામુંડા કરીયાવર લાવ્યું છે ધમાકેદાર ઓફર તો આજે જ સંપર્ક કરો
ચામુંડા કરીયાવર લાવ્યું છે ધમાકેદાર ઓફર તો આજે જ સંપર્ક કરો
मध्य प्रदेश का एक ऐसा छात्रावास जहां नहीं है पहुंच मार्ग।।
मध्य प्रदेश का एक ऐसा छात्रावास जहां नहीं है पहुंच मार्ग।।
ભાવનગર : વિશ્વ હિન્દુ પરિષદ બજરંગ દળ દ્વારા ભાવનગર મહાનગરમાં પ્રથમ વાર બજરંગ કબડ્ડી આયોજન
ભાવનગર : વિશ્વ હિન્દુ પરિષદ બજરંગ દળ દ્વારા ભાવનગર મહાનગરમાં પ્રથમ વાર બજરંગ કબડ્ડી આયોજન