🔴কাহিলিপাৰাৰ সৰ্বশিক্ষাৰ কাৰ্যালয়ৰ দেৱাল ভাঙি সোমাল তীব্ৰবেগী চিটীবাছ।

🔴 ভঙাগড়ৰ পৰা কাহিলিপাৰালৈ আহি আছিল তীব্ৰবেগী বৰযাত্ৰী বাছখন।

🔴 দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৭জন যাত্ৰী।

🔴 দুৰ্ঘটনাগ্ৰস্ত চিটীবাছনৰ নম্বৰ AS 01H C6049।

🔴 পথৰ কাষত ৰৈ থকা এখন চাৰিচকীয়া বাহনকো খুন্দা বাছখনৰ।

🔴 মাৰুতি বাহনখনৰ ২লোকৰ অৱস্থা সংকটজনক।

#thevoiceofchariduar #newsupdate #news