সোণাৰিত চৰাইদেউ আৰক্ষীয়ে দহন কৰিলে নিচাজাতীয় সামগ্ৰী।
সোণাৰিত চৰাইদেউ আৰক্ষীয়ে দহন কৰিলে নিচাজাতীয় সামগ্ৰী।
সোণাৰিত চৰাইদেউ আৰক্ষীয়ে দহন কৰিলে ২৫ লক্ষাধিক টকাৰ নিচাজাতীয় সামগ্ৰী। চৰাইদেউ আৰক্ষীয়ে বিভিন্ন প্ৰান্তত জব্দ কৰা নিচাজাতীয় সামগ্ৰী দহন কৰিলে আৰক্ষীয়ে। বিগত সময়ত আৰক্ষীয়ে জব্দ কৰা ১৯ লক্ষাধিক টকাৰ হিৰ'ইন, ৫ লক্ষাধিক টকাৰ গাঞ্জা আৰু এক লক্ষাধিক টকাৰ নিচাজাতীয় টেবলেট জব্দ কৰিছিল বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক অনিতা কোঁৱৰে।
 
  
  
   
  
   
  