মোৰ বিয়া হবলৈ মন গৈছে। মোৰ বিয়াৰ সময় বোধ কৰোঁ হোৱা নাই। মই বিচাৰোঁ মোৰ বিয়াৰ সময় সোনকালে আহক। বলিউডৰ অভিনেত্ৰী কংগনা ৰানাওতে প্ৰকাশ কৰিছে মনৰ কথা৷ পিছে দৰা হ'ব কোন?

#bollywood #KanganaRanaut #Kangana #thevoiceofchariduar #GoodNews