ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প লৈ এটি ভাল খবৰ | প্ৰথম বাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প লাভ কৰিছে আন্তৰ্জাতিক বঁটা । ২০ জুলাই নিশা ৯.৩০ বজাত দক্ষিণ আফ্ৰিকা ৰ Africa Protected Areas Congress at the Main Auditorium, Kigali Conventional Center. Kigali in Rawanda অনুষ্ঠিত হোৱা এক গুৰুত্বপূৰ্ণ সভা ত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প ৰ ফ্ৰণ্ট লাইন বন সুৰক্ষা কৰ্মী ৰ দল ক উক্ত বঁটা প্ৰদান কৰে । World Commission on Protected Area (WCPA) আৰু IUCN দক্ষিণ আফ্ৰিকা দ্বাৰা Virtually অনুষ্ঠিত কৰা গুৰুত্বপূৰ্ণ সভা ত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প ক ৮ লাখ টকা নগদ পুৰস্কাৰ ৰ ঘোষণা কৰা হয় । বঁটা পোৱা ৰ পাছত ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ্য প্ৰকল্প ৰ DFO প্রদীপ্ত বৰুৱা ফ্ৰণ্ট লাইন বন সুৰক্ষা কৰ্মী ক আদৰণি জনাই ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
🗞️sms news📰 ત્રીજા વર્ષમાં મંગલ પ્રવેશ કરવા બદલ પી. આઇ, JV RATHOD સાહેબ દ્વારા શુભેચ્છા મુલાકાત
🗞️sms news📰 ત્રીજા વર્ષમાં મંગલ પ્રવેશ કરવા બદલ પી. આઇ, JV RATHOD સાહેબ દ્વારા શુભેચ્છા મુલાકાત
ડીસામાં રસ્તા વચ્ચે ભૂંડ આવી જતાં યુવક ઘાયલ
ડીસામાં રખડતા પશુઓથી થતા અકસ્માતો સામે આંદોલન ચલાવનાર યુવક જ રખડતા પશુના અકસ્માતનો ભોગ બન્યો છે...
ગારીયાધાર ના એમ એલ એ પદના ઉમેદવાર કેશુભાઈ નાકરાણી ના જનસમર્થનમાં સભા યોજાઈ
ગારીયાધાર ના એમ એલ એ પદના ઉમેદવાર કેશુભાઈ નાકરાણી ના જનસમર્થનમાં સભા યોજાઈ
Weather Update: Bihar में सुस्त पड़ने लगा Monsoon, इन जिलों में होगी झमाझम बारिश| Hindi News
Weather Update: Bihar में सुस्त पड़ने लगा Monsoon, इन जिलों में होगी झमाझम बारिश| Hindi News