নগাঁও মৰিগাঁও জিলাৰ সীমাবৰ্তী তথা ৰহাৰ নিকটৱৰ্তীে ঠেকেৰাগুৰী ত স্থিত আছে মহিলাৰ দ্বাৰা পৰিচালিত এখন আকৰ্ষণীয় ডাব নাৰিকল আৰু বাঁহ বেত সঁজুলি ৰ আকৰ্ষণীয় বজাৰ।

Sponsored

महावीर कुल्फी सेन्टर - बूंदी

महावीर कुल्फी सेन्टर की और से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

 এই বজাৰ ডাব নাৰিকল পানীৰ বাবে বিখ্যাত হোবাৰ লগতে বাঁহ বেতৰে নিৰ্মিত বিভিন্ন সামগ্ৰীৰ লগতে জাপি, শৰাই,ডলাৰ লগতে বিভিন্ন সামগ্ৰী বজাৰত উপলব্ধ হোবাৰ লগতে ২৫/৩০ পৰিয়ালে ব্যবসায় কৰি  নিজৰ পৰিয়ালৰ পোহপাল দি আহিছে।নগাওঁ ৰ পৰা গুৱাহাটী আৰু গুৱাহাটীৰ পৰা অহা যাত্ৰী সকলে এই বজাৰত ৰখি ডাব নাৰিকল ৰ পানী খোবাৰ লগতে বিভিন্ন সামগ্ৰী ক্ৰয় কৰে।