🔴দিনজোৰা কাৰ্য্যসূচীৰে শোনিতপুৰ জিলাত উপস্থিত মূখ্যমন্ত্ৰী। 

🔴ঢেকীয়াজুলি ৰঙাপৰা আৰু বিশ্বনাথ সমষ্টিত আজি কেইবাটাও কাৰ্য্যসূচী লৈ উপস্থিত হিমন্ত বিশ্ব শৰ্মা। 

🔴ৰঙাপৰা সমষ্টিৰ আদাবাৰী চাহ বাগিছা আৰু সোনাবিল চাহ বাগিছাত দুখনকৈ আদৰ্শ বিদ্যায়লৰ শুভাৰাম্ভ কৰিব মূখ্যমন্ত্ৰীগৰাকীয়ে। 

🔴চাহ বাগিছাৰ ছাত্ৰ ছাত্ৰী সকলৰ বাবে ৰঙাপৰা সমষ্টিত ইতিমধ্যে 3খনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰাৰ পাছত আজি পুনৰ দুখন কৈ বিদ্যালয়ৰ শুভাৰাম্ভ কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে। 

🔴আদাবাৰী আদৰ্শ বিদ্যালয়খন শুভাৰাম্ভ কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগত মধ্যাহ্ন ভোজন গ্ৰহন কৰে মূখ্যমন্ত্ৰীগৰাকীয়ে। 

#HimantaBiswaSarma #Sonitpur #Balipara #Rangapara #thevoiceofchariduar