আজিৰে পৰা আৰম্ভ হৈছে অম্বুবাচী।

এটিয়া পাহাৰৰ বুকুত ভক্তৰ ভিৰ।

মা কামাখ্যাক আৰাধনাৰ বাবে সমগ্ৰ দেশৰ লগতে বিদেশৰ পৰাও আগমণ ঘটিছে ভক্তৰ।