আজি শাওন মাহৰ তৃতীয়টো সোমবাৰ। হিন্দু ধৰ্মীৰ আৰাধ্য দেৱতা শিৱৰ আৰাধনাৰ মাহ। শাওনৰ প্ৰতিটো সোমবাৰে শিৱভক্ত সকলে নৈৰ পানী কঢ়িয়াই আনি স্থানীয় শিৱ মন্দিৰৰ শিৱ লিংগত ঢালে। বল বম উপলক্ষে অৰ্ধ নিশাৰ পৰা শোনিতপুৰৰ খনামুখৰ জীয়াভৰলী নদীৰ পাৰত উখল মাখল পৰিবেশ। নদীৰ পাৰত দেখা গ'ল অজস্ৰ ভক্তৰ ভীৰ । মনৰ মনোবাঞ্চা পুৰণাৰ্থে জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভক্ত সকলে ভীৰ কৰিছেহি নদীৰ পাৰত। ভক্ত সকলে এনেদৰেই নদীৰ পানী লৈ মন বাঞ্চা পূৰনাৰ্থে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত খোজ কাঢ়ি ৰাওনা হৈছে দেৱাদিদেৱৰ মন্দিৰ অভিমূখে। মহাদেৱৰ আশিষ লাভৰ অৰ্থে নদীৰ পাৰত এনেদৰে দেখা গ'ল কন কন শিশুৰ পৰা আৱাল বৃদ্ধ বনিতা সকলোকে। মহাদেৱৰ আৰাধনাৰে মাজনিশাৰ পৰা ৰজনজনাইছে জীয়াভৰলীৰ পাৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Titan Share Alert | मोटा पैसा बनाने का मौका? जानिए क्या कहते हैं Expert | Share Market Tips
Titan Share Alert | मोटा पैसा बनाने का मौका? जानिए क्या कहते हैं Expert | Share Market Tips
ભાજપ કાર્યાલય ખાતે પ્રેસ કોન્ફરન્સ
#buletinindia #gujarat #jamnagar
गोरेगाव येथील प्राथमिक आरोग्य केंद्रात भव्य रक्तदान शिबिराचे आयोजन.
५१ रक्तदात्यांनी केले रक्तदान.
मराठवाडा मुक्ती संग्राम दिन...
સ્વચ્છતા એ જ સેવાના નિર્ધાર હેઠળ હાલોલ એસટી સ્ટેન્ડ ખાતે મહા સ્વચ્છતા અભિયાન હાથ ધરાયું.
સમગ્ર દેશભરમાં સ્વચ્છતાના આગ્રહી એવા રાષ્ટ્રપિતા મહાત્મા ગાંધીજીની જન્મ જયંતીની છેલ્લા કેટલાક...