অনন্যা সেন নামৰ যুৱতীগৰাকীয়ে ধুবুৰীৰ আৱৰ্ত ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি চাহপাতেৰে অংকন কৰা মুখ্যমন্ত্ৰীৰ এখন প্ৰতিচ্ছবি উপহাৰ হিচাপে প্ৰদান কৰে৷