চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত মৰাণহাটত অৱস্থিত কেবিনেট মন্ত্ৰী যোগেন মহনৰ বাসগৃহৰ কাৰ্যালয়ত আজি বিজেপি মৰাণ নগৰ মণ্ডলৰ এখনি গুৰুত্বপূৰ্ণ সাংগাঠনিক সভা অনুষ্ঠিত হয়। এই সভাত মৰাণ নগৰ মণ্ডলৰ সাংগাঠনিক দিশ শক্তিশালী কৰাৰ সন্দৰ্ভত কেবিনেট মন্ত্ৰী যোগেন মহনে পৰামৰ্শ আগবঢ়োৱাৰ লগতে মৰাণ নগৰ মণ্ডল বিজেপিৰ নৱ নিযুক্ত সভাপতি শ্যাম গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে।অনুষ্ঠানত বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱা, সম্পাদক কুশল দত্ত , মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈ উপস্থিত থাকে।মৰাণ নগৰ মণ্ডলৰ সাধাৰণ সম্পাদক তথা মৰাণ পৌৰসভাৰ উপ-পৌৰপতি উদয় শংকৰ গগৈয়ে আঁত ধৰা সভাখনত মণ্ডলৰ বিষয় ববীয়াৰ লগতে ৱাৰ্ড আয়ুক্ত সকল বুথ সমুহৰ সভাপতি সম্পাদক সকলৰ লগতে আান আন বিষয় ববীয়া সকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
યાત્રાધામ ડાકોર અને ફાગવેલ આવતા ભક્તોને ટ્રાફિક ની સમસ્યાઓ લઈ અને બન્ને યાત્રાધામના વિકાસ માટે ખંભાત ના ધારાસભ્ય ચિરાગભાઈ પટેલ દ્વારા રજુઆત કરાઈ
ખંભાતના ધારાસભ્ય દ્વારા પ્રવાસના વિવિધ સ્થળોના વિકાસને લઈ વિધાનસભામાં ગૃહમાં રજુવાત ખંભાતના...
The 26th Edition of the Bengaluru Tech Summit promises to transcend borders
The 26th Edition of the Bengaluru Tech Summit promises to transcend borders
लम्पी आजारापासून पशुधन वाचविण्यासाठी यंत्रणेने तातडीने पाऊले उचलावीत
लम्पी आजारापासून पशुधन वाचविण्यासाठी यंत्रणेने तातडीने पाऊले उचलावीत
--राज्य मंत्रिमंडळ...
भर पावसात वाहून चालला होता तरुण पहा व्हिडिओ । Viral Video । heavy rain | Hpn Marathi News
भर पावसात वाहून चालला होता तरुण पहा व्हिडिओ । Viral Video । heavy rain | Hpn Marathi News