শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত ডিমৌ ভেকেলাই পথ টি নৈৰ।গড়া খহনীয়াৰ ফলত যান-বাহনৰ বাবে বন্ধ কৰি দিয়া হ'ল। জলসম্পদ বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে খৰালীৰ দিনত খহনীয়াৰ কোনো ধৰণৰ প্ৰতিকাৰৰ ব্যৱস্থা নকৰাৰ বাবে গৰাখহনীয়াই পথটোলৈ ভাবুকি সৃষ্টি কৰিছে। সেয়েহে যদিহে পথটো চিগি যায় তেতিয়াহ'লে ছখনকৈ গাঁও বানৰ কৱলত পৰিব। তাৰ প্ৰতি লক্ষ্য ৰাখি এই পথছোৱা যান-বাহনৰ বাবে বন্ধ কৰি দিয়া হৈছে। ৰাইজে মন্তব্য কৰে যে তেখেতসকলে ফ্ৰেবুৱাৰী মাহতে এই বিষয়ত প্ৰতিবাদ কৰিছিল ।খৰালী মাহত বিভাগটো বহি থাকি এই বাৰিষাৰ সময়ত উঠি পৰি লাগিছে। অসমীয়া যুৱ মঞ্চ আৰু ৰাইজে দাবী জনাইযে অনতি পলমে এই ৰাষ্টাটো মেৰামতি নকৰিলে অনাগত দিনত জলসম্পদ বিভাগৰ কাৰ্য্যালয়ত ঘেৰাও কৰিবলৈ বাধ্যহ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કર્મચારીઓના પ્રશ્નોના ઉકેલ માટે નહીં પરંતુ તેમને ગેરમાર્ગે દોરવા માટે આ કોંગ્રેસીઓ કર્મચારીના પડખે હોવાનો ડોળ કરી રહ્યા છે : પ્રવક્તા મંત્રી શ્રી જીતુભાઈ વાઘાણી
કોંગ્રેસ છેલ્લા પાંચ વર્ષમાં એક પણ વખત કર્મચારીઓના પ્રશ્નોને લઈને સરકાર પાસે આવી નથી : તમામ...
કડાણા આદિવાસી સમાજ આંદોલનના માર્ગે, જાંબુનાળા ખાતે ભરાયું સમાજનું સંમેલન | #OscarNews #Oni #Gujarati
કડાણા આદિવાસી સમાજ આંદોલનના માર્ગે, જાંબુનાળા ખાતે ભરાયું સમાજનું સંમેલન | #OscarNews #Oni #Gujarati
Pranab Mukherjee की बेटी Sharmistha ने अपनी किताब में Sonia-Rahul पर ऐसा क्या लिख दिया?
Pranab Mukherjee की बेटी Sharmistha ने अपनी किताब में Sonia-Rahul पर ऐसा क्या लिख दिया?
नर्सी येथीलआरोग्य केंद्रावर तात्काळ लक्ष द्या, प्रहार जनशक्ती पक्षाच्या वतीने आंदोलन करू राहुल पाळे
नर्सी येथीलआरोग्य केंद्रावर तात्काळ लक्ष द्या, प्रहार जनशक्ती पक्षाच्या वतीने आंदोलन करू राहुल पाळे