শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ অন্তৰ্গত ডিমৌ ভেকেলাই পথ টি নৈৰ।গড়া খহনীয়াৰ ফলত যান-বাহনৰ বাবে বন্ধ কৰি দিয়া হ'ল। জলসম্পদ বিভাগৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে খৰালীৰ দিনত খহনীয়াৰ কোনো ধৰণৰ প্ৰতিকাৰৰ ব্যৱস্থা নকৰাৰ বাবে গৰাখহনীয়াই পথটোলৈ ভাবুকি সৃষ্টি কৰিছে। সেয়েহে যদিহে পথটো চিগি যায় তেতিয়াহ'লে ছখনকৈ গাঁও বানৰ কৱলত পৰিব। তাৰ প্ৰতি লক্ষ্য ৰাখি এই পথছোৱা যান-বাহনৰ বাবে বন্ধ কৰি দিয়া হৈছে। ৰাইজে মন্তব্য কৰে যে তেখেতসকলে ফ্ৰেবুৱাৰী মাহতে এই বিষয়ত প্ৰতিবাদ কৰিছিল ।খৰালী মাহত বিভাগটো বহি থাকি এই বাৰিষাৰ সময়ত উঠি পৰি লাগিছে। অসমীয়া যুৱ মঞ্চ আৰু ৰাইজে দাবী জনাইযে অনতি পলমে এই ৰাষ্টাটো মেৰামতি নকৰিলে অনাগত দিনত জলসম্পদ বিভাগৰ কাৰ্য্যালয়ত ঘেৰাও কৰিবলৈ বাধ্যহ'ব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Kashmir में हमले पर Amit Shah का बड़ा बयान एक्शन में सेना | Indian Army | Reasi Attack | Terrorist
Kashmir में हमले पर Amit Shah का बड़ा बयान एक्शन में सेना | Indian Army | Reasi Attack | Terrorist
GMR Airports Share Rally: Stock में आज 3% से ज्यादा की तेजी, Anuj Singhal का क्या है कहना? |
GMR Airports Share Rally: Stock में आज 3% से ज्यादा की तेजी, Anuj Singhal का क्या है कहना? |
টিংখাঙৰ শলগুৰি গাঁৱৰ নৱপ্ৰজন্মৰ শিল্পী তনয়া বছাৰ কন্ঠত এটি গীত
টিংখাঙৰ শলগুৰি গাঁৱৰ নৱপ্ৰজন্মৰ শিল্পী তনয়া বছাৰ কন্ঠত এটি গীত।
নাৰায়ণপুৰত সাহিত্য সাধনা মঞ্চৰ লখিমপুৰ জিলা সমিতি গঠন
আজি নাৰায়ণপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সভাত সাহিত্য সাধনা মঞ্চ অসমৰ লখিমপুৰ জিলা সমিতি গঠন...