সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰা শিক্ষাৰ্থী সকলক অভিনন্দন জনাবলৈ আজি সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত এটি বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰে।

#AASU #thevoiceofchariduar #AssamNews #TVC #NewsUpdate