বাতিল হোৱা নাই ৮খন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত৷ বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব ৰাজ্যৰ ৮খন কলেজ। কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত সন্দৰ্ভত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয় ‘আগষ্টত বিধানসভাৰ অধিৱেশনত এই সন্দৰ্ভত উত্থাপন হ'ব নতুন বিধেয়ক।এই মহাবিদ্যালয় সমূহ বিশ্ববিদ্যলয়লৈ উন্নীতকৰণৰ কাম চলি আছে। লগে লগে পূৰ্বৰ মহাবিদ্যালয় কেইখনক বিশ্ববিদ্যালয় খনৰ Constituent College হিচাবে ঘোষণা কৰা হ'ব।'
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
स्वच्छतेपुढे भितीनेही मानली हार! या महिलेचा व्हिडिओ होतोय व्हायरल । HPN MARATHI NEWS
स्वच्छतेपुढे भितीनेही मानली हार! या महिलेचा व्हिडिओ होतोय व्हायरल । HPN MARATHI NEWS
जलोदी टीकरिया कलां में लगेगा इथेनॉल संयंत्र, मिलेगा रोजगार
बून्दी जिले के तालेड़ा तहसील के जलोदी टीकरिया कलां में लगेगा इथेनॉल संयंत्र, मिलेगा रोजगार।...
પાલનપુર વિધાનસભા મતદાર ચૂંટણી ખર્ચ ઉપર દેખરેખ માટે વાહન ચેકીંગ હાથ ધરાયું
૧૨-પાલનપુર વિધાનસભા મતદાર વિભાગમાં ચુંટણી ખર્ચ ઉપર દેખરેખ રહે તે હેતુથી વાહનોનું ચેકીંગ હાથ...