🔴সন্দিকৈ কলেজ, শিৱসাগৰ কলেজ, জে বি কলেজ যোৰহাট ,নগাঁও কলেজ, কোকৰাঝাৰ চৰকাৰী কলেজ, বঙাইগাও কলেজ, উত্তৰ লখিমপুৰ কলেজ আৰু গুৰুচৰণ কলেজক বিশ্ববিদ্যালয় লৈ উন্নীত কৰাৰ সিদ্ধান্ত বাতিল কৰিলে শিক্ষাবিভাগে। 

#thevoiceofchariduar #newsupdate #TVC