গোলাঘাটৰ নেটাৰ কাৰ্যালয়ত কৰ্ত্তি চন্দ্ৰ বৰবৰুৱাৰ 'অসমত সেউজ বিপ্লৱ চাহ খেতিৰ অ,আ,ক,খ উন্মোচন। গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গোলাঘাটৰ উত্তৰ পূৱ চাহ সংস্থা চমুকৈ নেটাৰ কাৰ্যালয়ত আজি কীৰ্ত্তি চন্দ্ৰ বৰবৰুৱাৰ 'অসমৰ সেউজ বিপ্লৱ চাহ খেতিৰ অ,আ,ক,খ' শীৰ্ষক গ্ৰন্থ উন্মোচিত হৈ যায় । উত্তৰ পূৱ চাহ সংস্থাৰ উপদেষ্টা,বিশিষ্ট সমাজকৰ্মী বিদ্যানন্দ বৰকাকতিয়ে পৰিচালনা কৰা অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰে গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক পুষ্কিন জৈনে । গ্ৰন্থখনি উন্মোচন কৰি আৰক্ষী অধীক্ষক পুষ্কিন জৈনে কয় যে,কাজিৰঙাৰ গড়ৰ পিছতে অসমৰ চিনাকী তথা গৌৰৱ অসমৰ চাহৰ ১০০ বছৰলৈ ঐতিহ্য অক্ষূন্ন ৰাখিব লাগিব । এই ক্ষেত্ৰত গুণগত মানদণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ আহ্বান জনায় । অনুষ্ঠানত নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে অসম তথা গোলাঘাট জিলাৰ চাহ শিল্পৰ গৌৰৱময় ঐতিহ্য সম্পৰ্কত আলোকপাত কৰে । অনুষ্ঠানত নেটাৰ চেয়াৰমেন কমল জৈন,ভাইচ চেয়াৰমেন অজয় ধান্দাৰীয়া,টি বৰ্ডৰ ড° মদন তাপাৰীয়া, নেটাৰ প্ৰাক্তন চেয়াৰমেন মনোজ জালান,নেপুল শইকীয়া আদি বিষয়ববীয়া,সদস্য উপস্থিত থাকে । উল্লেখ্য যে,কীৰ্ত্তি চন্দ্ৰ বৰবৰুৱাই ৩০ বছৰীয়া বাস্তৱ অভিজ্ঞতাৰে চাহ খেতিয়কসকলে সহজে বুজিব পৰাকৈ গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে । উক্ত গ্ৰন্থখনিয়ে চাহ খেতিয়ক সকলক বিশেষভাৱে উপকৃত কৰিব ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
7 Indian Foods To Boost Testosterone | अब घर बैठे Testosterone बढ़ाओ
7 Indian Foods To Boost Testosterone | अब घर बैठे Testosterone बढ़ाओ
Apple iPhone 14 Pro Max में चार्जिंग के दौरान हुआ ब्लास्ट, कंपनी ने यूजर से जांच के लिए मांगा डिवाइस
Apple के प्रीमियम iPhone 14 Pro Max की बैटरी में ब्लास्ट की खबर है। यह घटना चीन के शांक्सी शहर की...
G20 Summit Delhi: Joe Biden के लिए होटल में बुलेटप्रूफ कमरे बुक, अंदर NSG की तैनाती | Latest News
G20 Summit Delhi: Joe Biden के लिए होटल में बुलेटप्रूफ कमरे बुक, अंदर NSG की तैनाती | Latest News
LIVER is DYING! 12 Weird Signs of Liver Damage | Healthify
LIVER is DYING! 12 Weird Signs of Liver Damage | Healthify
जौनपुर में10 हजार रुपये करोड़ की लागत सें बनेगी सड़कें
जौनपुर में 10 हजार रुपये करोड़ की लागत सें बनेगी सड़कें।
जौनपुर: लोकसभा चुनाव के ठीक पहले मोदी...