চিকিৎসকৰ অভাৱত চিকিৎসালয় খনত হাহাকাৰ অৱস্থা সৃষ্টি হৈছে চিকিৎসালয় খনত। মাত্ৰ এজন চিকিৎসকে ২০০ৰো অধিক ৰোগীক দৈনিক চিকিৎসা প্ৰদান কৰা পৰিলক্ষিত হৈছে। Temporary চিকিৎসক Dr. Himangshu Borah আৰু হোমিওপেথিক চিকিৎসক 

Dr. Mridushmita Phukonএ ১৯০৩ চনত স্থাপন হোৱা চিকিৎসালয় খনত কোনো মতে চিকিৎসা প্ৰদান কৰি আছে।

 ইতিমধ্যে এক কোটি ২৪ লাখ টকা ব্যয় সাপেক্ষে দুই মহলা অত্যাধুনিক চিকিৎসালয় নিৰ্মাণ কৰি ব্যৱহাৰ কৰিবৰ বাবে তৈয়াৰ হৈ আছে মৰাণ ৰাজ্যিক চিকিৎসালয় চৌহদত । মৰাণ ৰাজ্যিক চিকিৎসালয়ৰ পৰা মৰাণ প্ৰাথমিক চিকিৎসালয়লৈ উন্নিত কৰন কৰা হ'ব । কিন্তু চিকিৎসক নাই