জামুগুৰিহাটত গ্ৰামীন জীৱিকা অভিযান মিচনৰ মহিলাসকলে গাঁৱে ভূঁঞে স্কুটি চলাই স্কুটিত ত্ৰিৰংগা লৈ ৰাইজক সজাগ সচেতন কৰিবৰ বাবে সজাগতা যাত্ৰা কাৰ্যসুচী ৰূপায়ণ কৰে।