শিৱসাগৰ জিলাৰ থাওৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ডিমৌত ভাৰতীয় জনতা পাৰ্টিৰ মহা জনসম্পৰ্ক অনুষ্ঠানত নিশা অংশ।গ্ৰহন।কৰি বিধায়ক সুশান্ত বৰগোঁহাইয়ে ৰাইজৰ ঘৰে ঘৰে গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ন -বছৰীয়া কাৰ্য্যকালৰ খতিয়ান সকলোৰে হাতে হাতে দাঙি ।ধৰে। মহাজনসম্পৰ্ক অভিযানত ডিমৌ পৌৰসভাৰ পৌৰ নেত্ৰী পল্লৱিতা বৰুৱাগগৈক প্ৰমুখ্য কৰি ভাৰতী য় জনতা পাৰ্টিৰ ডিমৌ নগৰ মণ্ডল ৰ বিষয় ববীয়া আৰু কাৰ্যকৰ্তা সকল উপস্থিত থাকে।