ৰাজ্যৰ ক্ৰীড়া সংগঠকৰ অন্যতম সংগঠন মঙ্গলদৈ ক্ৰীড়া সন্থাৰ বাৰ্ষিক সাধাৰণ সভা সন্থাৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয়।উক্ত সভাত সভাপতিত্ব কৰে মঙ্গলদৈ ক্ৰীড়া সন্থাৰ সভাপতি ,প্ৰাক্তন বিধায়ক ,অসম মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে। ক্ৰীড়া সন্থাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিক সমিতিৰ মনোনীত কৰ্মকৰ্তা সকলৰ লগতে শুভাকাঙ্খী ব্যক্তি সকলৰ উপস্হিতিত সন্থাৰ সম্পাদক, বিশিষ্ট উদ্যোগপতি অনুপম ডেকাই বিগত কাৰ্যকালৰ সম্পাদকীয় প্ৰতিবেদন আৰু হিচাব পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰে। সদনৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে পৰৱৰ্তী চাৰিটা বৰ্ষৰ কাৰ্যকালৰ বাবে গুৰুজ্যোতি দাসক পুনৰ সভাপতি, উপ-সভাপতি পদত যথাক্ৰমে বীৰেণ দাস, প্ৰতাপ বৰদলৈ, বসন্ত কুমাৰ ডেকা, প্ৰকাশ ডেকা, আনহাতে সম্পাদক পদত অনুপম ডেকা ,সহঃ সাধাৰণ সম্পাদক পদত হিমাঞ্জন শৰ্মা আৰু প্ৰণৱ বৰুৱা, কোষাধ্যক্ষ পদত শম্ভূনাথ দেৱক লৈ প্ৰায় ৪৫ জনীয়া এখন নতুন সমিতি গঠন কৰা হয়।কেইবাগৰাকী ব্যক্তিয়ে বিভিন্ন দিশত ক্ৰীড়া সন্থাৰ পৰ্যালোচনা কৰে। জিলাখনৰ ক্ৰীড়ানুৰাগী মহলে নতুন সমিতিক শুভেচ্ছা জ্ঞাপন কৰি আগন্তুক দিনত সন্হাৰ নেতৃত্বত ক্ৰীড়াৰ মানদণ্ড উন্নীতকৰণেৰে সবল সংগঠকৰ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
লোকসভাৰ নিৰ্বাচনৰ পাছত মন্ত্ৰীসভাৰ বৃহৎ সালসলনি
লোকসভাৰ নিৰ্বাচনৰ পাছত মন্ত্ৰীসভাৰ বৃহৎ সালসলনি
নতুন দিল্লীত মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত...
Circle to Search: महंगे फोन में आने वाला ये फीचर आपके एंड्रॉइड डिवाइस में भी करेगा काम, बस फॉलो करें ये टिप्स
गूगल का फेमस सर्कल टू सर्च हाल ही में सैमसंग गैलेक्सी S24 सीरीज में पेश किया गया है जिसे पहले...
Delhi Coldwave : राजधानी में सर्दी बढ़ने के बाद Shelter Homes में रात बिता रहे बेघर लोग
Delhi Coldwave : राजधानी में सर्दी बढ़ने के बाद Shelter Homes में रात बिता रहे बेघर लोग
अमेरिका को पता था नसरल्लाह को मारने वाला है इजराइल:रक्षा मंत्रालय बोला- जब लड़ाकू विमान उड़ान भर चुके थे, तब दी जानकारी
हिजबुल्लाह चीफ हसन नसरल्लाह की मौत के बाद अमेरिका के रक्षा मंत्रालय ने कहा है कि उन्हें नसरल्लाह...