চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বৰডবা গাঁও পঞ্চায়তৰ অন্তৰ্গত খটখটি চাহবাগিচাত নতুন কৈ নিৰ্মান হ'ব লগীয়া এটা আদৰ্শ ।অংগণৱাডী কেন্দ্ৰ আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে আানুষ্ঠানিক।ভাৱে।আধাৰশিলা স্থাপন কৰে। আদৰ্শ অংগণৱাডী কেন্দ্ৰটি নিৰ্মানৰ বাবে মুঠ ২৫ লাখ টকাৰপুঁজি ধাৰ্য কৰা হৈছে।এই আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী যোগেন মহনৰ লগতে মাহমৰা খণ্ড উন্নয়ন বিষয়া উৎপল গগৈ বিজেপিৰ জিলা সমিতিৰ বিষয় -ববীয়া কুশল দত্তকে ধৰি সমাজ কল্যান বিভাগৰ বিষয়া কৰ্মচাৰী আৰু স্থানীয় বহু সংখ্যক ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जमीन के विवाद में चले लाठी-डंडे व गोलियां, 5 महिलाओं सहित कई घायल
जमीन के विवाद में चले लाठी-डंडे व गोलियां, 5 महिलाओं सहित कई घायल
जमीन के विवाद के चलते...
જુઓ આજના ન્યૂઝ પપેરની મુખ્ય હેડલાઇન્સ 2022 | Spark Today News Vadodara
જુઓ આજના ન્યૂઝ પપેરની મુખ્ય હેડલાઇન્સ 2022 | Spark Today News Vadodara
ડીસાના માલગઢ ગામમાં ગ્રામ પંચાયત દ્વારા તાત્કાલિક કામ ચાલું કરી કામ રોકાયું કેમ / SABANDH BHARAT NEWS / DEESA
ડીસાના માલગઢ ગામમાં તાત્કાલિક કામ ચાલું કરી કામ રોકાયું કેમ / SABANDH BHARAT NEWS / DEESA
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks
Top Money Making Stocks | आज Buy या Sell करने से होगा आपको ज्यादा फायदा ? | 4 Ka Chauka Picks