স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন । স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত আজি দেৰগাৱঁত দেখা গ'ল এক সুন্দৰ পৰিৱেশ । দেৰগাৱঁৰ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ সকলো জোৱান হাতে হাতে ত্ৰিৰংগা পতাকা লৈ ওলাই আহিল পুৱাই । মহাবিদ্যালয়ৰ চৌহদৰ পৰা দেৰগাওঁ চহৰৰ মাজেৰে এক বিশাল সমদল বাহিৰ কৰে জোৱান সকলে । স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে চৰকাৰে গ্ৰহণ কৰা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী সন্দৰ্ভত জনতাক সজাগ কৰিবলৈ উলিওৱা হয় এই সমদল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કમાલ આર ખાનની ધરપકડ: જ્યારે KRKએ ફિલ્મની સમીક્ષા માટે 25 લાખ માંગ્યા! જુઓ તેમના સૌથી વિવાદાસ્પદ ટ્વિટ્સ
કમાલ આર ખાન (કેઆરકે) એક અભિનેતા અને ફિલ્મ વિવેચક હોવા છતાં, તે તેના ટ્વિટ્સ માટે જાણીતા છે. કમાલ...
Share Market Cautiousness Alert | Dipan Mehta’s Stock Picks | बाजार में जारी रहेगा शानदार Momentum?
Share Market Cautiousness Alert | Dipan Mehta’s Stock Picks | बाजार में जारी रहेगा शानदार...
UCO Bank Q4 Update | Bank Nifty में शानदार Action, कैसा रहने वाला है बैंकों के लिए नया Quarter?
UCO Bank Q4 Update | Bank Nifty में शानदार Action, कैसा रहने वाला है बैंकों के लिए नया Quarter?