গোলাঘাটত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান।অসম জাতীয়তবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিয়ে গোলাঘাট জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপৰ ত্ৰিমূৰ্তি ক্ষেত্ৰত এক ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে।যোৱা ৫ জুন তাৰিখে ধেমাজি জিলাৰ পানবাৰী ত বৃক্ষ ৰোপন কৰি থকা অৱস্থাত অৰুণাচল ৰ দুৰ্বৃত্তই ২ জন লোক ক গুলিয়াই হত্যা কৰাৰ লগতে কেইবাজনো ব্যক্তিক আঘাতপ্ৰাপ্ত কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ন কৰে। পতিবাদকাৰি সকলে চুবুৰীয়া ৰাজ্য সমুহৰ সিমা সমস্যা সমাধান কৰক, অৰুণাচল দুৰ্বৃত্তৰ দাদাগীৰি নচলিব, ৰাজ্য চৰকাৰ হাই হাই,সীমা অঞ্চলৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিচিত কৰক, কেন্দ্ৰীয় চৰকাৰ মূৰ্দাবাদ আদি শ্লোগান দি আকাশ বতাহ কঁপাই তোলে।উক্ত প্ৰতিবাদত জিলা সমিতিৰ সভাপতি নীকুঞ্জ মেধি সাধাৰণ সম্পাদক ৰাজীৱ দাস কে মুখ্য কৰি প্ৰায় ১০০ কৰ্মী উপস্থিত থাকে। শেষত উপায়ুক্ত ক স্মাৰক পত্ৰ প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Delhi Rohini Blast News: दिल्ली रोहिणी ब्लास्ट केस की जांच में अब तक क्या खुलासे हुए हैं? | Aaj Tak
Delhi Rohini Blast News: दिल्ली रोहिणी ब्लास्ट केस की जांच में अब तक क्या खुलासे हुए हैं? | Aaj Tak
বাতিল হোৱা নাই ৮খন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত৷
বাতিল হোৱা নাই ৮খন কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত৷ বিশ্ববিদ্যালয়লৈ উন্নীত হ'ব...
मांजरी हवेलीत पहाटे पाचलाच पी एम आर डीचा अनधिकृत बांधकामावर हातोडा
दि.9 नोव्हेंबर शिक्रापूर
बुधावारी पहाटे पाच वाजताच पी एम आर टी ने हवेली तालुका शिरूर पुणे येथील...
शहर में 13 को धूमधाम से निकलेगी श्री जगन्नाथ रथ यात्रा
बूंदी। अंतर्राष्ट्रीय कृष्णभावनामृत संघ इस्कॉन बूँदी द्वारा आज शनिवार को बूंदी शहर में सांय 5ः30...